അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
പര്യായപദങ്ങൾ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা
അർത്ഥം : ব্যৱস্থাৰ অভাৱ
ഉദാഹരണം : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
പര്യായപദങ്ങൾ : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
അർത്ഥം : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ഉദാഹരണം : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
പര്യായപദങ്ങൾ : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
അർത്ഥം : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
ഉദാഹരണം : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
പര്യായപദങ്ങൾ : উথপথপ, খদমদম, ততাতৈয়া
ഇൻസ്റ്റാൾ ചെയ്യുക