അർത്ഥം : সঞ্চিত বা একত্রিত কৰা
ഉദാഹരണം :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
പര്യായപദങ്ങൾ : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
അർത്ഥം : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ഉദാഹരണം :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
പര്യായപദങ്ങൾ : একগোট কৰা, একত্রিত কৰা