അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
പര്യായപദങ്ങൾ : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
അർത്ഥം : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
ഉദാഹരണം : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
അർത്ഥം : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ഉദാഹരണം : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
പര്യായപദങ്ങൾ : দʼম, সমষ্টি, সমূহ, ৰাশি
അർത്ഥം : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ഉദാഹരണം : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
പര്യായപദങ്ങൾ : বর্গ, শ্রেণী
ഇൻസ്റ്റാൾ ചെയ്യുക