അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
ഉദാഹരണം : পাত আদি পচনৰ ফলত সাৰ হয়
പര്യായപദങ്ങൾ : পচন, পচা
അർത്ഥം : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
ഉദാഹരണം : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
പര്യായപദങ്ങൾ : গেলি যোৱা, গেলি-পচি যোৱা
അർത്ഥം : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
ഉദാഹരണം : পাচিত ৰখা ফলবোৰ গেলিছে
പര്യായപദങ്ങൾ : টেঙা হোৱা, পঁ্চা
അർത്ഥം : যিটো নষ্ট হৈ গৈছে
ഉദാഹരണം : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
പര്യായപദങ്ങൾ : বেয়া
അർത്ഥം : পুঁজেৰে ভৰি থকা
ഉദാഹരണം : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
പര്യായപദങ്ങൾ : পকা
ഇൻസ്റ്റാൾ ചെയ്യുക