അർത്ഥം : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
ഉദാഹരണം :
গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
പര്യായപദങ്ങൾ : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
അർത്ഥം : ঘৰৰ মূল মানুহ
ഉദാഹരണം :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
പര്യായപദങ്ങൾ : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক