അർത്ഥം : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
ഉദാഹരണം :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
പര്യായപദങ്ങൾ : ওজন, মহত্ত্বপূর্ণ
അർത്ഥം : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
ഉദാഹരണം :
আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
പര്യായപദങ്ങൾ : অর্থপূর্ণ, মহত্ত্বপূর্ণ