പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গুৰি কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গুৰি কৰা   বিশেষ্য

അർത്ഥം : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়

ഉദാഹരണം : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে

গুৰি কৰা   ক্ৰিয়া

അർത്ഥം : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে

ഉദാഹരണം : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে

പര്യായപദങ്ങൾ : পিটিকা

അർത്ഥം : কুটা বা পিচি গুৰি কৰা কাৰ্য

ഉദാഹരണം : মছলা পিচা হʼল

പര്യായപദങ്ങൾ : পিচা, বটা