പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গুণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গুণ   বিশেষ্য

അർത്ഥം : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

അർത്ഥം : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

ഉദാഹരണം : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

പര്യായപദങ്ങൾ : সূতা, সূত্র, ৰজ্জু

അർത്ഥം : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

ഉദാഹരണം : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

പര്യായപദങ്ങൾ : পূৰণ

അർത്ഥം : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

ഉദാഹരണം : তেওঁ ধনুত গুণ লগাই আছে

പര്യായപദങ്ങൾ : গুণা

അർത്ഥം : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

ഉദാഹരണം : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

പര്യായപദങ്ങൾ : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

അർത്ഥം : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ഉദാഹരണം : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

പര്യായപദങ്ങൾ : লক্ষণ

গুণ   বিশেষণ

അർത്ഥം : গুণ বা বৃদ্ধি কৰা

ഉദാഹരണം : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি