അർത്ഥം : যিজন গুজৰাটৰ নিবাসী
ഉദാഹരണം :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
പര്യായപദങ്ങൾ : গুজৰাট বাসী, গুজৰাট-বাসী
അർത്ഥം : গুজৰাট ৰাজ্যৰ ভাষা
ഉദാഹരണം :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
പര്യായപദങ്ങൾ : গুজৰাটী ভাষা
അർത്ഥം : যি লিপিত গুজৰাটী ভাষা লিখা হয়
ഉദാഹരണം :
মই গুজৰাটী পঢ়িব নোৱাৰোঁ
പര്യായപദങ്ങൾ : গুজৰাটী লিপি
അർത്ഥം : গুজৰাটত থকা বা বসতি কৰা
ഉദാഹരണം :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
അർത്ഥം : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
ഉദാഹരണം :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
അർത്ഥം : গুজৰাট সম্বন্ধীয়
ഉദാഹരണം :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে