അർത്ഥം : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
ഉദാഹരണം :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
പര്യായപദങ്ങൾ : অভিযোগকাৰী, ফৰিয়াদী
അർത്ഥം : অভিযোগ লগোৱা কার্য
ഉദാഹരണം :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
പര്യായപദങ്ങൾ : ফৰিয়াদী