അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
ഉദാഹരണം : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
പര്യായപദങ്ങൾ : এৰোৱা
അർത്ഥം : গুচোৱা কার্য
ഉദാഹരണം : কুঁহিয়াৰ গুচোৱা হʼল
അർത്ഥം : আনৰ দ্বাৰা গুচা
ഉദാഹരണം : কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে
അർത്ഥം : দাগ, চেকা আদি চাফা কৰা
ഉദാഹരണം : মায়ে কাপোৰত লগা দাগ এৰুৱাই আছে
പര്യായപദങ്ങൾ : এৰুৱা
ഇൻസ്റ്റാൾ ചെയ്യുക