അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গিলা কার্য
ഉദാഹരണം : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
അർത്ഥം : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
ഉദാഹരണം : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
പര്യായപദങ്ങൾ : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
അർത്ഥം : মদ সেৱন কৰা
ഉദാഹരണം : উৎসৱৰ দিনাখনো তেওঁ ্খায়
പര്യായപദങ്ങൾ : খোৱা, পান কৰা
അർത്ഥം : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
ഉദാഹരണം : সাপে ভেকুলীটো গিলি থʼলে
പര്യായപദങ്ങൾ : গিলি থোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക