അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গাঢ় কৰা
ഉദാഹരണം : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
പര്യായപദങ്ങൾ : ডাঠ কৰা
അർത്ഥം : যিটো গভীৰ ৰং যুক্ত
ഉദാഹരണം : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
അർത്ഥം : বহুত ভাল ধৰণৰ
ഉദാഹരണം : তেওঁ গভীৰ টোপনি মাৰি আছিল
പര്യായപദങ്ങൾ : গভীৰ
അർത്ഥം : বহুত ওচৰৰ বা বহুত কাষৰ
ഉദാഹരണം : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
പര്യായപദങ്ങൾ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
അർത്ഥം : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
ഉദാഹരണം : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
പര്യായപദങ്ങൾ : গোটা
ഇൻസ്റ്റാൾ ചെയ്യുക