അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত
ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
പര്യായപദങ്ങൾ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
അർത്ഥം : যিটো নিন্দা কৰিবৰ যোগ্য
ഉദാഹരണം : আপুনি বাৰে-বাৰে নিন্দনীয় কাম কিয় কৰে
പര്യായപദങ്ങൾ : অপবাদমূলক, নিন্দনীয়, নিন্দাকৰ, নিন্দাজনক, নিন্দার্হ, বিগর্হিত
ഇൻസ്റ്റാൾ ചെയ്യുക