അർത്ഥം : গভীৰ বা গম্ভীৰ হোৱা গুণ বা ভাব
ഉദാഹരണം :
তেওঁ এই ্ঘটনাটোৰ গভীৰতালৈকে গʼল
പര്യായപദങ്ങൾ : গভীৰতা
അർത്ഥം : স্থিৰ চিত্ত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
যিকোনো কাম স্থিৰচিত্ততাৰে কৰিব লাগে
പര്യായപദങ്ങൾ : অচঞ্চলতা, অচপলতা, অচাপল্য, উদ্বেগহীনতা, গধুৰালি, গম্ভীৰভাব, গহীন-গম্ভীৰ ভাব, গহীনালি, গাম্ভী্র্য, স্থিৰচিত্ততা