അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ഉദാഹരണം : পাহাৰ-পর্বত স্থিৰ
പര്യായപദങ്ങൾ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
അർത്ഥം : যি চলা-ফুৰা কৰিব নোৱাৰে
ഉദാഹരണം : গছবোৰ সজীৱ সত্ত্বেও অচল
പര്യായപദങ്ങൾ : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
അർത്ഥം : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
ഉദാഹരണം : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : অগতি, গতিশূন্য, স্থিৰ
അർത്ഥം : ৰৈ থকা
ഉദാഹരണം : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
പര്യായപദങ്ങൾ : বন্ধ
ഇൻസ്റ്റാൾ ചെയ്യുക