അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
ഉദാഹരണം : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
പര്യായപദങ്ങൾ : কিলা, কিল্লা, কোঠ, দুর্গ
അർത്ഥം : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
ഉദാഹരണം : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
പര്യായപദങ്ങൾ : মধ্যমান
അർത്ഥം : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
ഉദാഹരണം : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
പര്യായപദങ്ങൾ : কোঠ, প্রাচীৰ
ഇൻസ്റ്റാൾ ചെയ്യുക