അർത്ഥം : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
പര്യായപദങ്ങൾ : উচাপ খুওৱা
അർത്ഥം : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
ഉദാഹരണം :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
പര്യായപദങ്ങൾ : খেদি পঠোৱা