അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
ഉദാഹരണം : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
പര്യായപദങ്ങൾ : পিলাৰ, স্তম্ভ, স্থানু
അർത്ഥം : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
ഉദാഹരണം : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
പര്യായപദങ്ങൾ : খুৰা
അർത്ഥം : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
ഉദാഹരണം : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
പര്യായപദങ്ങൾ : কামোৰা, ডকা
ഇൻസ്റ്റാൾ ചെയ്യുക