പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খিয়াল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খিয়াল   বিশেষ্য

അർത്ഥം : কাকো উপেক্ষিত নকৰা ভাব

ഉദാഹരണം : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে

പര്യായപദങ്ങൾ : ধ্যান, মনোযোগ

അർത്ഥം : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান

ഉദാഹരണം : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে

പര്യായപദങ്ങൾ : স্মৃতি, স্মৰণ

അർത്ഥം : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব

ഉദാഹരണം : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে

പര്യായപദങ്ങൾ : খেয়াল, ভাব, ভাবনা, মনোভাব

അർത്ഥം : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট

ഉദാഹരണം : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে

പര്യായപദങ്ങൾ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা

അർത്ഥം : মনত উদয় হোৱা কথা

ഉദാഹരണം : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

പര്യായപദങ്ങൾ : খেয়াল, বিচাৰ, মত