അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ഉദാഹരണം :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
പര്യായപദങ്ങൾ : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত
അർത്ഥം : এৰা বা ত্যাগ কৰা বা পৃথক কৰা
ഉദാഹരണം :
সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে
പര്യായപദങ്ങൾ : বহিষ্কৃত
അർത്ഥം : বাহিৰ কৰা বা উলিয়াই পঠিওৱা
ഉദാഹരണം :
প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব
പര്യായപദങ്ങൾ : বহিষ্কৃত