പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খাৰিজ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খাৰিজ   বিশেষণ

അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ഉദാഹരണം : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

പര്യായപദങ്ങൾ : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

അർത്ഥം : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

ഉദാഹരണം : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

പര്യായപദങ്ങൾ : নাকচ, ৰদ

അർത്ഥം : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

ഉദാഹരണം : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

പര്യായപദങ്ങൾ : বহিষ্কৃত

അർത്ഥം : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

ഉദാഹരണം : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

പര്യായപദങ്ങൾ : বহিষ্কৃত