പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খণ্ড എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খণ্ড   বিশেষ্য

അർത്ഥം : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ

ഉദാഹരണം : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে

അർത്ഥം : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

ഉദാഹരണം : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

പര്യായപദങ്ങൾ : টুকুৰা, পীচ

അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

പര്യായപദങ്ങൾ : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ

അർത്ഥം : যিকোনো বস্তুৰ গোটা টুকুৰা

ഉദാഹരണം : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

പര്യായപദങ്ങൾ : টুকুৰা

അർത്ഥം : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ഉദാഹരണം : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

പര്യായപദങ്ങൾ : অধ্যায়, পর্ব

അർത്ഥം : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ഉദാഹരണം : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

പര്യായപദങ്ങൾ : অংক, নম্বৰ, সংখ্যা

അർത്ഥം : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ഉദാഹരണം : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

പര്യായപദങ്ങൾ : টুকুৰা, ভাগ

അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ