അർത്ഥം : কাৰোবাক কিবা স্মৰণ কৰোৱা কার্য
ഉദാഹരണം :
তুমি অলপ নিজৰ মগজটো খটোৱা
പര്യായപദങ്ങൾ : মনত পেলোৱা
അർത്ഥം : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ഉദാഹരണം :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
പര്യായപദങ്ങൾ : লগোৱা