അർത്ഥം : বহুত বেছি পৰিশ্রম কৰা
ഉദാഹരണം :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
അർത്ഥം : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
ഉദാഹരണം :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
പര്യായപദങ്ങൾ : কামত লগোৱা