അർത്ഥം : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
ഉദാഹരണം :
তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
പര്യായപദങ്ങൾ : ক্রুব্ধ কৰা, ক্রোধিত কৰা
അർത്ഥം : কাৰোবাক আমনি দি থকা
ഉദാഹരണം :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
പര്യായപദങ്ങൾ : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া