പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কৰা   বিশেষ্য

അർത്ഥം : কোনো কাম কৰা কার্য ্বা ভাৱ

ഉദാഹരണം : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

പര്യായപദങ്ങൾ : কাম কৰা

কৰা   ক্ৰিয়া

അർത്ഥം : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ഉദാഹരണം : আমি দুগোল দিলোঁ

പര്യായപദങ്ങൾ : দিয়া, বনোৱা

അർത്ഥം : চৰিতার্থ ্কৰা

ഉദാഹരണം : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

പര്യായപദങ്ങൾ : পালন কৰা

അർത്ഥം : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

ഉദാഹരണം : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

അർത്ഥം : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

ഉദാഹരണം : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

പര്യായപദങ്ങൾ : লাগি থকা

അർത്ഥം : (ত) লগোৱা বা কৰা

ഉദാഹരണം : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ഉദാഹരണം : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

പര്യായപദങ്ങൾ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

അർത്ഥം : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ഉദാഹരണം : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

പര്യായപദങ്ങൾ : বনোৱা, সজোৱা