അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
ഉദാഹരണം : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
പര്യായപദങ്ങൾ : অৱক্ষয়
അർത്ഥം : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ഉദാഹരണം : কাৰো অপকাৰ নকৰিবা
പര്യായപദങ്ങൾ : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
അർത്ഥം : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
ഉദാഹരണം : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
പര്യായപദങ്ങൾ : অপচয়, হ্রাস
അർത്ഥം : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ഉദാഹരണം : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
പര്യായപദങ്ങൾ : উচ্ছেদ, নিপাত, বিলোপ, লোপ
ഇൻസ്റ്റാൾ ചെയ്യുക