അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
ഉദാഹരണം : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
പര്യായപദങ്ങൾ : এনার্জি, তেজ, শক্তি
അർത്ഥം : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
ഉദാഹരണം : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
പര്യായപദങ്ങൾ : ধাৰণ ক্ষমতা
അർത്ഥം : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
ഉദാഹരണം : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
പര്യായപദങ്ങൾ : উপযুক্ততা, যোগ্যতা, সামর্থ্য
അർത്ഥം : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
പര്യായപദങ്ങൾ : শক্তি, সামর্থ্য
ഇൻസ്റ്റാൾ ചെയ്യുക