അർത്ഥം : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
പര്യായപദങ്ങൾ : আমোদ-প্রমোদ, খেল
അർത്ഥം : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
ഉദാഹരണം :
খেলত জয়-পৰাজয় থাকেই
പര്യായപദങ്ങൾ : খেল, খেল-ধেমালি