അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
ഉദാഹരണം : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
പര്യായപദങ്ങൾ : পদ্ধতি, প্রক্রিয়া, প্রণালী
അർത്ഥം : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
ഉദാഹരണം : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
പര്യായപദങ്ങൾ : ক্রিয়াপদ
അർത്ഥം : কোনো কাম হোৱা বা কৰাৰ ভাব
ഉദാഹരണം : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
പര്യായപദങ്ങൾ : কার্য
ഇൻസ്റ്റാൾ ചെയ്യുക