അർത്ഥം : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
ഉദാഹരണം :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
പര്യായപദങ്ങൾ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
അർത്ഥം : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ഉദാഹരണം :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
പര്യായപദങ്ങൾ : বুজোৱা
അർത്ഥം : স্থিৰ কৰা
ഉദാഹരണം :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
അർത്ഥം : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ഉദാഹരണം :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
പര്യായപദങ്ങൾ : লোৱা
അർത്ഥം : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
ഉദാഹരണം :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
പര്യായപദങ്ങൾ : জনোৱা
അർത്ഥം : কোনো কথা কোৱাত প্রবৃত্ত কৰা
ഉദാഹരണം :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
പര്യായപദങ്ങൾ : আওৰোৱা
അർത്ഥം : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
ഉദാഹരണം :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
പര്യായപദങ്ങൾ : উচ্চাৰণ কৰা
അർത്ഥം : কিবা কৈ বাধক হোৱা
ഉദാഹരണം :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
അർത്ഥം : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
ഉദാഹരണം :
পইচাই কথা কয়
അർത്ഥം : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
ഉദാഹരണം :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
അർത്ഥം : কিবা কৰিবলৈ আদেশ দিয়া
ഉദാഹരണം :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
പര്യായപദങ്ങൾ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
അർത്ഥം : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
ഉദാഹരണം :
তেওঁ কʼলে যে ৰহিম আজি নাহে
അർത്ഥം : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
ഉദാഹരണം :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে