അർത്ഥം : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
ഉദാഹരണം :
তেওঁ বিচনাখন কোবাই আছে
പര്യായപദങ്ങൾ : কোবাই থকা
അർത്ഥം : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ഉദാഹരണം :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
പര്യായപദങ്ങൾ : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা