അർത്ഥം : যাক তাপ দি সিজোৱা হোৱা নাই
ഉദാഹരണം :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
അർത്ഥം : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
ഉദാഹരണം :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
അർത്ഥം : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
ഉദാഹരണം :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
പര്യായപദങ്ങൾ : আধাসিজা