അർത്ഥം : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
ഉദാഹരണം :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
പര്യായപദങ്ങൾ : কৃষ্ণাঙ্গ
അർത്ഥം : যিটো অত্যধিক বা বহুত কʼলা
ഉദാഹരണം :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
പര്യായപദങ്ങൾ : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা