അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ দয়া আছে
ഉദാഹരണം : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
പര്യായപദങ്ങൾ : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
അർത്ഥം : যিজন বৰ দয়ালু হয়
ഉദാഹരണം : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
പര്യായപദങ്ങൾ : কৰুণা সাগৰ, দয়াৰ সাগৰ
ഇൻസ്റ്റാൾ ചെയ്യുക