അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো ঘটি গৈছে
ഉദാഹരണം : তেওঁ নিজৰ জীৱনত সংঘটিত ঘটনাৰ বর্ণ্্না কৰি আছিল
പര്യായപദങ്ങൾ : সংঘটিত, সাধিত
അർത്ഥം : যিটো কৰা হৈ গৈছে
ഉദാഹരണം : কৃত কার্যক ্ দোহাৰি লাভ নাই
പര്യായപദങ്ങൾ : নিষ্পন্ন, সংঘটিত, সম্পন্ন, সাধিত
അർത്ഥം : যিটো ৰচনা কৰা বা বনোৱা হৈছে
ഉദാഹരണം : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
പര്യായപദങ്ങൾ : নির্মিত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ഇൻസ്റ്റാൾ ചെയ്യുക