പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কুমাৰী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কুমাৰী   বিশেষ্য

അർത്ഥം : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

ഉദാഹരണം : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

പര്യായപദങ്ങൾ : অক্ষতযোনি নাৰী, কন্যা

അർത്ഥം : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

ഉദാഹരണം : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

അർത്ഥം : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

ഉദാഹരണം : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

പര്യായപദങ്ങൾ : অবিবাহিত, অবিবাহিত মহিলা

അർത്ഥം : যি স্ত্রী ৰজস্বলা হোৱা নাই

ഉദാഹരണം : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

പര്യായപദങ്ങൾ : কুঁৱৰী

কুমাৰী   বিশেষণ

അർത്ഥം : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

ഉദാഹരണം : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

അർത്ഥം : যাৰ বিবাহ হোৱা নাই

ഉദാഹരണം : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

പര്യായപദങ്ങൾ : অপৰিণীতা, অবিবাহিতা