അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
ഉദാഹരണം : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
പര്യായപദങ്ങൾ : কুচক্রী
അർത്ഥം : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ഉദാഹരണം : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
പര്യായപദങ്ങൾ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
അർത്ഥം : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
ഉദാഹരണം : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
പര്യായപദങ്ങൾ : কপটপূর্ণ, কপটময়, চলনাময়
ഇൻസ്റ്റാൾ ചെയ്യുക