അർത്ഥം : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
ഉദാഹരണം :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
അർത്ഥം : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
ഉദാഹരണം :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
പര്യായപദങ്ങൾ : নিশান্ধ
അർത്ഥം : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
ഉദാഹരണം :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
പര്യായപദങ്ങൾ : নিশান্ধতা