അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
അർത്ഥം : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ഉദാഹരണം : এই কাঁহীখনৰ কাণটো বৰ পাতল
പര്യായപദങ്ങൾ : কাণ, কাষ, প্রান্তৰ, মূৰ
അർത്ഥം : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ഉദാഹരണം : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
പര്യായപദങ്ങൾ : কাষ, দাঁতি, পাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക