പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাশ্মীৰী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাশ্মীৰী   বিশেষ্য

അർത്ഥം : কাশ্মীৰ ৰাজ্যৰ ভাষা

ഉദാഹരണം : তেওঁ ্কাশ্মীৰী কʼব পাৰে

പര്യായപദങ്ങൾ : কাশ্মীৰী ভাষা

അർത്ഥം : কাশ্মীৰ ৰাজ্যৰ নিবাসী

ഉദാഹരണം : আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে

പര്യായപദങ്ങൾ : কাশ্মীৰ বাসী

কাশ্মীৰী   বিশেষণ

അർത്ഥം : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা

ഉദാഹരണം : তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে

അർത്ഥം : কাশ্মীৰত থকা বা বসতি কৰা

ഉദാഹരണം : কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে

അർത്ഥം : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ

ഉദാഹരണം : তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল