പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কাল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কাল   বিশেষ্য

അർത്ഥം : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ഉദാഹരണം : জন্মিলে মৃত্যু হʼবই

പര്യായപദങ്ങൾ : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

അർത്ഥം : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ഉദാഹരണം : সময় কাৰোবাবে ৰৈ নাথাকে

പര്യായപദങ്ങൾ : ক্ষণ, বেলা, সময়

അർത്ഥം : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

ഉദാഹരണം : কাল প্রধানকৈ তিনি প্রকাৰৰ

അർത്ഥം : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ഉദാഹരണം : তেওঁৰ মৃত্যু অতি ওচৰত

പര്യായപദങ്ങൾ : মৃত্যু, মৰণ কাল

അർത്ഥം : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ഉദാഹരണം : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

പര്യായപദങ്ങൾ : দিন, যুগ

അർത്ഥം : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ഉദാഹരണം : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

പര്യായപദങ്ങൾ : যুগ, সময়