അർത്ഥം : মিহি বস্তু কটা বা খোঁচা যতন
ഉദാഹരണം :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
പര്യായപദങ്ങൾ : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
അർത്ഥം : আৰবৰ এখন দেশ
ഉദാഹരണം :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
അർത്ഥം : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
ഉദാഹരണം :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ