അർത്ഥം : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে
ഉദാഹരണം :
এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল
അർത്ഥം : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
ഉദാഹരണം :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
പര്യായപദങ്ങൾ : কাঁটা
അർത്ഥം : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
ഉദാഹരണം :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
പര്യായപദങ്ങൾ : কাঁটা