അർത്ഥം : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ഉദാഹരണം :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
പര്യായപദങ്ങൾ : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
അർത്ഥം : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
ഉദാഹരണം :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে