പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কলা   বিশেষ্য

അർത്ഥം : কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়

ഉദാഹരണം : তেওঁৰ ্ কলাৰ শ্রেষ্ঠতা সকলোৱে মানে

പര്യായപദങ്ങൾ : আর্ট

അർത്ഥം : কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন

ഉദാഹരണം : কলা সকলোৰে সাধ্যৰ ভিতৰত নহয়

പര്യായപദങ്ങൾ : কলাকর্ম, শিল্প, শিল্প-্কর্ম, শিল্প্কর্ম, ্কলা-কর্ম

কলা   বিশেষণ

അർത്ഥം : যিজনে শুনা নাপায়

ഉദാഹരണം : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

പര്യായപദങ്ങൾ : কাণ গধুৰ, বধিৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত