അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ഉദാഹരണം : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
പര്യായപദങ്ങൾ : কাপ
അർത്ഥം : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
ഉദാഹരണം : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
പര്യായപദങ്ങൾ : কাপ, নিজৰি কাপ, পেন, লেখনী
അർത്ഥം : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ഉദാഹരണം : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
പര്യായപദങ്ങൾ : লেখনি
ഇൻസ്റ്റാൾ ചെയ്യുക