അർത്ഥം : ব্যাকৰণত যি কাৰকে ক্রিয়াৰ কার্য ্সম্পাদন কৰে
ഉദാഹരണം :
কর্তাৰ বিভক্তি এ ৰামে ভাত খালে-ত ৰাম কর্তা
പര്യായപദങ്ങൾ : কর্তা কাৰক
അർത്ഥം : যি কোনো কাম কৰে
ഉദാഹരണം :
বিয়াত কর্তাৰ অভাৱৰ কাৰণে ব্যৱস্থাপনা ভালদৰে কৰিব পৰা নগʼল