അർത്ഥം : দেহত এক শিহৰণ অনুভৱ কৰা
ഉദാഹരണം :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
പര്യായപദങ്ങൾ : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা
അർത്ഥം : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
ഉദാഹരണം :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা