അർത്ഥം : কম্পিউটাৰত ভৰোৱা কার্য
ഉദാഹരണം :
বহুধৰণৰ গ্রন্থ, ৰচনা আদিৰ কম্পিউটাৰীকৰণ কৰা হৈছে
അർത്ഥം : কʼৰবাত কম্পিউটাৰ লগোৱা বা কম্পিউটাৰৰ দ্বাৰা কাম কৰা কার্য
ഉദാഹരണം :
বর্ত্্মান কার্যালয়সমূহৰ কম্পিউটাৰীকৰণ হৈ আছে